টাৰগেট চেভেন;সন্ত্ৰাসবাদ নি:শেষ কৰিবলৈ ভাৰতীয় সেনাৰ বিশেষ অভিযান

0 347

ভাৰতৰ ভূমিৰ পৰা সম্পূৰ্ণৰূপে সন্ত্ৰাসবাদ নি:শেষ কৰিবলৈ ভাৰতীয় সেনাই এক বিশেষ পৰিকল্পনা হাতত লৈছে।তাৰ মাজতে ৭জন দুধৰ্ষ সন্ত্ৰাসবাদীক লক্ষ্য কৰি লৈছে ভাৰতীয় সেনাই।ইতিমধ্যে এই দুুধৰ্ষসন্ত্ৰাসবাদীকেইজনৰ তালিকা ৰাজহুৱা কৰিছে সেনাই।হিজুবল মুজাহিদীনৰ কমাণ্ডাৰ ৰিয়াজ নাইকু আৰু ছৈফুদ্দিনক হত্যা কৰাৰ পাছত কাশ্মীৰ উপত্যকাত সক্ৰিয় থকা আন ৭গৰাকী দুধৰ্ষ সন্ত্ৰাসবাদীক হত্যাৰ পৰিকল্পনা কৰিছে ভাৰতীয় সেনাবাহিনীয়ে।উল্লেখ্য যে, চলিত বৰ্ষত প্ৰায় ২০০ৰো অধিক সন্ত্ৰাসবাদীক ধৰাশায়ী কৰিছে ভাৰতীয় সেনাই

media school
Leave A Reply

Your email address will not be published.