ঝাৰখণ্ডত বন্ধ হ’ল চি বিআইৰ প্ৰৱেশ

0 262

ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে এতিয়াৰে পৰা ঝাৰখণ্ডতো প্ৰৱেশ কৰিব নোৱাৰিব চি বি আই।শুক্ৰবাৰে ঝাৰখণ্ড চৰকাৰে ৰাজ্যখনৰ ভিতৰচ’ৰাত চি বি আইৰ তদন্ত চলোৱাৰ ক্ষমতা প্ৰত্যাহাৰ কৰে।উল্লেখ্য যে ঝাৰখণ্ডৰ ওপৰিও মহাৰাষ্ট্ৰ,কেৰেলাকে ধৰি দেশৰ প্ৰায় ৮খন ৰাজ্যত চি বি আইয়ে ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে।

media school
Leave A Reply

Your email address will not be published.