বিতৰ্ক- জ’ বাইডেনক অভিহিত কৰিলে ‘গজনী’

0 548

কংগনা ৰানাৱট আৰু বিতৰ্ক-দুয়োটাৰে মাজত এক আছে দীৰ্ঘদিনীয়া সম্পৰ্ক।বিতৰ্কৰ এই ধাৰা অব্যাহত ৰাখিয়েই এইবাৰ কংগনাই হিন্দী ছবিৰ ‘গজনী’ৰ সৈতে তুলনা কৰিলে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনক।টুইটাৰৰ এটা পোষ্টত অভিনেত্ৰীগৰাকীয়ে কয় যে-”জ’ বাইডেন হৈছে গজনী।৫ মিনিটত তথ্য বিভ্ৰান্তিত ভোগা গজনি বাইডেনক লৈ কোনো নিশ্চয়তা দিব পৰা নাযায় যদিও কমলা হেৰিছে সম্পূৰ্ণতা অৰ্জন কৰিব।কমলা হেৰিছ এগৰাকী নাৰী হিচাপে আন নাৰীৰ প্ৰগতিৰ পথো তেওঁ খুলি ৰাখিব বুলি উল্লেখ কৰে।”

media school
Leave A Reply

Your email address will not be published.