আধুনিক ভাৰতৰ দাতা কৰ্ণ আজিম প্ৰেমজী;দৈনিক দান কৰে ২২কোটি টকা

0 473

তথ্য-প্ৰযুক্তি খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠান উইপ্ৰ’ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আজিম প্ৰেমজী চলিত বিত্তীয় বৰ্ষৰ আটাইতকৈ দানী ব্যক্তি হিচাপে পৰিগণিত হৈছে।দৈনিক প্ৰায় ২২কোটি টকা দান কৰে আজিম প্ৰেমজীয়ে।এবছৰৰ ভিতৰত তেওঁ দান কৰিছে মুঠ ৭,৯০৪কোটি টকা।আনহাতে,এই তালিকাখনৰ তৃতীয় স্থানত আছে মুকেশ আম্বানী।আনহাতে,এইবাৰ ক’ৰোনা মহামাৰীৰ বাবেও কৰ্প’ৰেট গোষ্ঠীসমূহেও বিশাল পৰিমাণৰ ধনৰাশি দান কৰিছে। ইয়াৰ ভিতৰত টাটা ছন্সে সৰ্বাধিক পৰিমাণৰ ১,৫০০কোটি আগবঢ়াইছে।

media school
Leave A Reply

Your email address will not be published.