আশাৰ সঞ্চাৰ; সফলতাৰ দিশত স্পুটনিক- ভি

0 75

ৰাছিয়াত পৰীক্ষণ চলি থকা ‘স্পুটনিক-ভি’ ক’ৰোনা প্ৰতিষেধকে পায় ৯২ শতাংশই সফল হৈছে।এই দাবী কৰিছে ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডে।উল্লেখ্য যে,ক’ৰোনা প্ৰতিষেধক স্পুটনিক-ভি ভাৰতত উপলব্ধ কৰিবলৈ ভাৰতৰ ডা: ৰেড্ডিজ লেবৰেটৰীয়ে ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডৰ সৈতে এক চুক্তি স্বাক্ষৰিত কৰিছিল।
আনহাতে ক’ৰোনা প্ৰতিষেধকৰ এনে সফল পৰীক্ষণে একপ্ৰকাৰ ভাৰতলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে।

Leave A Reply

Your email address will not be published.