Tiktok এ মনত পেলালে ভাৰতক, কৰিলে আৱেগিক টুইট

0 258

এটা আৱেগিক টুইটে সৃষ্টি কৰিলে আলোড়নৰ।

টিকটক ইণ্ডিয়াই দীপাৱলী উপলক্ষে সকলোকে শুভকামনা জনাই কৰিলে এটা আৱেগিক টুইট ।

টুইট কৰিছে যে – ” Lighting a diya for every single day, we missed you, India.”

কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষত টিকটক সহ ৫৯টা চীনৰ এপ নিষিদ্ধ ঘোষণা কৰিছিল।

শীঘ্ৰে নতুন ৰূপত উভতি অহাৰ সম্ভাৱনা টিকটক

media school
Leave A Reply

Your email address will not be published.