অসম সন্তানে আজুৰি আনিলে ”লেণ্ডস্কেপ ফটোগ্ৰাফাৰৰ সন্মান”

0 401

ঘোষিত হ’ল ২০২০ বৰ্ষৰ “দা ইণ্টাৰনেচনেল লেণ্ডস্কেপ ফটোগ্ৰাফাৰ অফ দা ইয়েৰ” প্ৰতিযোগিতাৰ ফলাফল।তাৰ মাজতে অসমবাসীৰ বাবে এটা সু-খবৰ।২০২০বৰ্ষৰ শ্ৰেষ্ঠ ফটোগ্ৰাফাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় অসম সন্তান হিমাদ্ৰী ভূঞাই। সন্মান প্ৰাপ্ত ফটোখন হ’ল প্ৰতিযোগিতাত অন্তৰ্ভুক্ত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতীয় ভূখণ্ডৰ একমাত্ৰ লেণ্ডস্কেপ ফটো।তেখেতে ১৯৯৮চনৰ পৰা ফটোগ্ৰাফীত নিৰবিচ্ছিন্ন ভাবে জড়িত হৈ থকাৰ লগতে যথেষ্ট অৱদান আগবঢ়াই আহিছে। তেখেতে ন-শিকাৰু সকলোকো ফটোগ্ৰাফীত আগবাঢ়ি যোৱাত উদগনি যোগায় আহিছে

media school
Leave A Reply

Your email address will not be published.