চ’ছিয়েল মিডিয়াত সত্ৰনগৰী মাজুলীক লৈ ভুল তথ্যৰে উপস্থাপন;খুজিলে ক্ষমা….

0 307

সম্প্ৰতি চ’ছিয়েল মিডিয়াত এখন ফটোক কেন্দ্ৰ কৰি তুংগত হৈ আছে বিতৰ্ক।
এই ফটোখন ‘অপনে দেশ ক’ জানো’ নামৰ এটা পেজত আপলোড কৰা হৈছিল। এই ফটোখনৰ সৈতে লিখা হৈছিল যে- ‘মাজুলী উৎসৱ অসমৰ এক জনপ্ৰিয় উৎসৱ। আৰু মাজুলীক ১৫১০ খ্ৰীষ্টত আদি শংকৰাচাৰ্যই আৱিষ্কাৰ কৰিছিল।’ফটোখনৰ সৈতে লিখা এই কেপছনটোৰ পাছতেই জাঙুৰ খাই উঠে সচেতন সমাজ।আনহাতে, ফটোখনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতেই ‘অপনে দেশ ক’ জানো’ নামৰ পেজটোৱে নিজৰ ভুল মানি এইদৰে ক্ষমাসূচক আন এক পোষ্ট কৰে। য’ত লিখা হৈছে- ‘We sincerely and unequivocally regret the false information that inadvertently crept into the factoid published in the assam tribune today. We by no means, wanted to hurt any sentiments or propagate any false knowledge. Apne desh ko jano has always stood for correct and verifiable information and shall continue to do so. We are now going to upload the corrected factoid and shall publish the same tomorrow.’

Leave A Reply

Your email address will not be published.