‘লাভ জেহাদ’ৰ বিৰুদ্ধে কঠোৰ যোগী চৰকাৰ,গৃহীত কৰিলে বিধেয়ক—-

0 176

মধ্য প্ৰদেশ, গুজৰাট, ছত্তিশগড়ৰ পাছতে ‘লাভ জেহাদ’ক লৈ এইবাৰ সৰৱ হৈছে উত্তৰ প্ৰদেশ।’লাভ জেহাদ’ৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ চৰকাৰে গৃহীত কৰে এখন বিধেয়ক।এই বিধেয়কখনৰ জৰিয়তে বেআইনীভাৱে ধৰ্মান্তৰণকৰণ কৰিলে অভিযুক্তক ৫বছৰলৈ কাৰাদণ্ড দিয়াৰ লগতে ১৫হাজাৰ টকাকৈ জৰিমনা বিহা হ’ব।মংগলবাৰে উত্তৰপ্ৰদেশ চৰকাৰে এই বিধেয়কখন গৃহীত কৰে।উল্লেখ্য যে উত্তৰ প্ৰদেশত বেআইনীভাৱে ধৰ্মান্তৰকৰণৰ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে গৃহীত কৰাৰ পূৰ্বে দেশৰ কেইবাখনো ৰাজ্যত এনে কাৰ্য ৰোধ কৰাৰ বাবে কঠোৰ?আইন বলৱৎ কৰা হৈছে।ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশ,ওড়িশা ,গুজৰাট অন্যতম।

media school
Leave A Reply

Your email address will not be published.