এটা বাৰ্গাৰৰ প্ৰতি আপোনাৰ হাবিয়াস কিমান? কিমান টকা ব্যয় কৰিব পাৰিব এটা বাৰ্গাৰৰ নামত?

0 197

ফাষ্টফুডৰ ভিতৰত বাৰ্গাৰ আপোনাৰ প্ৰিয় নেকি?কিমান টকা ব্যয় কৰি আপোনি বাৰ্গাৰৰ সোৱাদ লৈছে?আমি আপোনালোকক এনে এজন ব্যক্তিৰ কথা ক’বলৈ ওলাইছো যিজন ব্যক্তিয়ে মাত্ৰ এটা বাৰ্গাৰৰ বাবে ব্যয় কৰিছে প্ৰায় ১লাখ টকা।ৰাছিয়াৰ এগৰাকী কোটিপতি ভিক্টৰ মাৰ্টিনোভে এটা বাৰ্গাৰৰ সোৱাদ ল’বলৈ প্ৰেয়সী আলাষ্টাৰ সৈতে হেলিকপ্টাৰেৰে যাত্ৰা কৰে প্ৰায় ৪৫০ কি:মি ।এটা বাৰ্গাৰৰ বাবদ ৰাছিয়ান কোটিপতিগৰাকীয়ে ব্যয় কৰে প্ৰায় ১লাখ ৯৮হাজাৰ টকা।অৱশ্যে ইয়াৰ পূৰ্বেও এই যুটিটোৱে এনে আশ্চৰ্যকৰ কাম কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে।

media school
Leave A Reply

Your email address will not be published.