আপুনি কি খাব? সুৰা নে গাখীৰ? কিয়নো সুৰাতকৈও বিপদজনক হ’ব পাৰে গৰুৰ গাখীৰ- দাবী বিশেষজ্ঞৰ

0 239

সৰুতে শিকোৱা এষাৰ কথা-‘গাখীৰ খাবা তেতিয়াহে ভাল মানুহ হ’বা’।কিন্তু শেহতীয়াকৈ এটা গৱেষণাত দেখা গৈছে, মদ্যপান কৰাতকৈও ভয়াৱহ হ’ব পাৰে গৰুৰ গাখীৰ।

গৱেষকৰ দাবী, মদ্যপানতকৈ গৰুৰ গাখীৰ বেছি ক্ষতিকাৰক। কাৰণ গৰুৱে যাতে বেছি গাখীৰ দিব পাৰে, তাৰ বাবে কৃত্ৰিম ৰাসায়নিক প্ৰদাৰ্থ প্ৰয়োগ কৰা হয়। এই ৰাসায়নিক পদাৰ্থ মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

আনকি  কৰ্কটৰ দৰে দুৰাৰোগ্য ৰোগ হোৱাৰো সম্ভাৱনা থাকে। গতিকে গৰুৰ গাখীৰৰ পৰিৱৰ্তে চয়া মিল্ক বা আমণ্ড মিল্ক খোৱাৰ বাবেহে পৰামৰ্শ দিছে বিশেষজ্ঞসকলে।আনহাতে,কোলেষ্ট’ৰেল ৰোগীৰ বাবে এলকোহলতকৈও গৰুৰ গাখীৰ বেছি ক্ষতিকাৰক বুলি দাবী কৰিছে গৱেষকে।

media school
Leave A Reply

Your email address will not be published.