নতুন শিক্ষানীতিক কেন্দ্ৰীয় কেবিনেটৰ সেউজ সংকেত,দেশৰ শৈক্ষিক ব্যৱস্থাৰ ক্ষেত্ৰত আমুল পৰিৱৰ্তন——-

0 145

কেন্দ্ৰীয় কেবিনেটত অনুমোদন লাভ কৰিছে নতুন শিক্ষানীতিয়ে ৷ এই শিক্ষানীতি কাৰ্যকৰী হ’লে দেশত আমুল পৰিবৰ্তন হ’ব শিক্ষা ব্যৱস্থাৰ ৷

এই শিক্ষানীতিৰ যোগেদি উচ্চ শিক্ষা পৰিচালনা সংস্থা এটাই হ’ব ৷ ইয়াৰোপৰি এম.ফিল. ডিগ্ৰীৰ বিলুপ্তি, দেশৰ সকলো বিশ্ববিদ্যালয়ৰ বাবে এবাৰেই নামভৰ্তি আদিও আছে এই শিক্ষানীতিৰ ভিতৰত ৷

তিনিবছৰীয়া স্নাতক ডিগ্ৰীত প্ৰত্যেকটো বৰ্ষ সম্পূৰ্ণ হওঁতে ছাত্ৰ-ছাত্ৰীয়ে পাব ক্ৰমে প্ৰথম বছৰত বছৰৰ সম্পূৰ্ণৰ প্ৰমাণপত্ৰ, দ্বিতীয় বছৰত ডিপ্ল’মা আৰু তৃতীয় বছৰত ডিগ্ৰীৰ প্ৰমাণপত্ৰ ৷

ইয়াৰোপৰি বহুবোৰ পৰিবৰ্তনেৰে দেশৰ শিক্ষাব্যৱস্থাৰ অভাৱনীয় ভাৱে সালসলনি হ’ব ।

Leave A Reply

Your email address will not be published.