সাৱধান হওক ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান;ইয়াতকৈ অধিক ল’ব নোৱাৰিব শৈক্ষিক মাছুল—-

0 190

এতিয়াৰ পৰা নিজৰ ইচ্ছা অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বঢ়াব নোৱাৰিব শৈক্ষিক মাছুল। ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শৈক্ষিক মাছুল।এই সন্দৰ্ভত শিক্ষা বিভাগে জাৰি কৰিছে স্পষ্ট নিৰ্দেশনা।
বাৰ্ষিক মাচুলত থাকিব বিদ্যালয়ৰ সকলো খৰচ। অহা বৰ্ষৰ পৰা প্ৰযোজ্য হ’ব নতুন নিৰিখ।নিৰ্ধাৰণ কৰি দিয়া মাছুল(বাৰ্ষিক হিচাপত)
প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চমলৈ ২৭.০০০ টকা
ষষ্ঠৰ পৰা দশমলৈ ৩২,০০০ টকা

বিজ্ঞান শাখাত ৩৭,০০০ টকাকলা শাখাত ৩২,০০০ টকা

বাণিজ্য শাখাত ৩৩,০০০ টকা

অন্যান্য শাখাত ৩৫,০০০ টকা

media school
Leave A Reply

Your email address will not be published.