সাধাৰণ জনতাৰ মুৰত পুনৰ মাধমাৰ শোধাই বাঢ়িছে ৰন্ধন গেছৰ মূল্য

0 179

সাধাৰণ জনতাৰ মুৰত পুনৰ মাধমাৰ শোধাই বাঢ়িছে ৰন্ধন গেছৰ মূল্য। প্ৰতিটো ৰন্ধন গেছত বৃদ্ধি পাইছে ৫০টকাকৈ। সমগ্ৰ ভাৰততে অৰ্থনৈতিক সংকটৰ কালছোৱাত পুনৰ বৃদ্ধি পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

১৪.২ কেজি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ এই মূল্য বৃদ্ধি পাইছে ৫০ টকাকৈ আৰু ১৯কেজি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ এই মূল্য বৃদ্ধি পাইছে ৩৬টকাকৈ। আজিৰে পৰা কাৰ্যকৰী হ’ব এই নিৰিখ।

যোৱা ২ ডিচেম্বৰত কাৰ্যকৰী কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল ।
পুনৰ ১৪ দিনৰ ব্যৱধানত বৃদ্ধি পালে এই মূল্য। পূৰ্বে কেন্দ্ৰই ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ক্ষেত্ৰত মূল্য বৃদ্ধি নহয় বুলি মন্তব্যও কৰিছিল

media school
Leave A Reply

Your email address will not be published.