আজি প্ৰমোদ বড়োৰ ৰাজঅভিষেক

0 304

BTCৰ মুখ্য কাৰ্যবাহী ৰূপে আজি শপত ল’ব প্ৰমোদ বড়োৱে।

পুৱা ১১বজাৰ পৰা আৰম্ভ হ’ব এই শপত গ্ৰহণ অনুষ্ঠান।

কোকৰাঝাৰৰ বড়োফা খেলপথাৰত অনু্ষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠানটি।

পুৱাৰে সহস্ৰাধিক লোকৰ আগমন হৈছে খেলপথাৰলৈ।

অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব এই অনুষ্ঠানত

media school
Leave A Reply

Your email address will not be published.