গৌৰৱোজ্জ্বল ৫০টা দশক,ৰাজধানীত বিজয় উৎসৱৰ আয়োজন—–

0 227

১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ পাৰ হ’ল ৫০ বছৰ।সেই উপলক্ষে সমগ্ৰ দেশজুৰি আজিৰ দিনটো বিজয় উৎসৱ হিচাপে পালন কৰা হৈছে।ভাৰতীয় সেনাৰ গৌৰৱোজ্জ্বল জয়লাভৰ এই দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ ৰাজধানী দিল্লীত আয়োজন কৰা বিজয়জ্যোতি যাত্ৰাত অংশগ্ৰহণ কৰিব।

এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত আয়োজন কৰা বিশেষ অনুষ্ঠানত শ্বহীদক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিব।এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে ভাৰতীয় সেনাৰ উচ্চ পদস্থ বিষয়াসকল।


উল্লেখ্য যে, ১৯৭১চনত ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধত আজিৰ দিনটোতে ভাৰতে বিজয়ধ্বজ্জ্বা উৰুৱাবলৈ সক্ষম হৈছিল

media school
Leave A Reply

Your email address will not be published.