ক’ভিডৰ উৎস বিচাৰি চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থা

0 163

সমগ্ৰ বিশ্বতে মহামাৰী ক’ৰোনাই সংহাৰ চলাই থকাৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বিশ্বজুৰি মহামাৰীৰ সৃষ্টি কৰা ক’ৰোনাৰ প্ৰকৃত উৎস বিচাৰি চীনৰ উহানলৈ যাত্ৰা কৰিব বিশেষজ্ঞৰ এটা দলে।

অহা জানুৱাৰী মাহত তদন্ত আৰম্ভ কৰিব এই বিশেষজ্ঞৰ দলটোৱে।বিগত বৰ্ষৰ ডিচেম্বৰ ডিচেম্বৰ মাহত প্ৰথমবাৰলৈ চীনৰ উহান চহৰত ক’ৰোনাক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছিল।ইয়াৰ পাছতে চলিত বৰ্ষটোত সমগ্ৰ বিশ্বজুৰি মুঠ আক্ৰান্তৰ সংখ্যাই সাত কোটিৰ ঘৰ অতিক্ৰম কৰে।

media school
Leave A Reply

Your email address will not be published.