মা হ’বলৈ ওলাইছে গায়িকা নেহা কক্কৰ

0 266


বিয়াৰ দুমাহ অতিক্ৰম নহওঁতে গৰ্ভৱতী হয় গায়িকা নেহা কক্কৰ।স্বামী ৰোহনৰ সৈতে এখন সুন্দৰ ছবি শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত নেহাই। ফটোত স্পষ্ট ক্ষুদ্ৰ বেবী বাম্পৰ খবৰ জনাই অনুৰাগী সকলক ।

ইনষ্টাগ্ৰাম পোষ্টত নেহাই লিখিছে, ‘খেয়াল ৰখা কৰ’। ‘‘এব ত কুছ জাদা হী খেয়াল ৰখনা পড়েগা’ স্বামী ৰোহণপ্ৰীতৰ কমেণ্ট । এই শুভবাৰ্তাৰ পৰা স্পষ্টকৈ জানিব পৰা গৈছে অতিশীঘ্ৰে মা হ’বলৈ ওলাইছে নেহা কক্কৰ।

গায়ক ৰোপণপ্ৰীতৰ সৈতে নেহা কক্কৰে বিয়াত বহিছিল যোৱা ২৪ অক্টোবৰত। প্ৰিয় গায়িকাগৰাকীক শুভেচ্ছা, মৰমেৰে অভিবাদন জনালে অনুৰাগীসকলে।

media school
Leave A Reply

Your email address will not be published.