টুইট কৰি সমালোচনাৰ সন্মুখীন কুণাল কামৰা,ৰচিতা তানেজা

0 184


দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিৰুদ্ধে আপত্তিজনক টুইট কৰি সমালোচনাৰ সন্মুখীন হয় “ষ্টেণ্ড আপ কমেডিয়ান” কুণাল কামৰা আৰু ৰচিতা তানেজা ।
ভাৰতৰ উচ্চ ন্যায়ালয়ক দুৰ্নীতিগ্ৰস্ত বুলি কোৱাৰ পাছতে ন্যায়ালয়ৰ তৰফৰ পৰা কাৰণ দৰ্শোৱাৰ বাবে জাননী প্ৰদান কৰে।


উল্লেখ্য যে,দেশৰ এটৰ্ণি জেনেৰেল কে কে বেনুগোপালে কুণাল কামৰাৰ বিৰুদ্ধে অপৰাধমূলক অৱমাননাৰ গোচৰ ৰুজু কৰিবলৈ অনুমোদন জনাই ।কামৰাৰ টুইটক অপমানজনক বুলিও অভিহিত কৰে তেওঁ ।

media school
Leave A Reply

Your email address will not be published.