হলীউডত অভিষেক ঘটিব চুপাৰষ্টাৰ ‘ধনুষ’ৰ—-

0 151

দক্ষিণ ভাৰতীয় চিনেমাজগতৰ চুপাৰষ্টাৰ ধনুষে নতুন বছৰত হলিউডত জগতত খোজ পেলাব। খুব সোনকালেই এন্থনী আৰু জো ৰুচীৰ ছবি “দ্য গ্ৰে মেন”ত দেখিবলৈ পোৱা যাব অভিনেতাজনক।

এই ছবিখনত ৰেয়ান গোস্লিগ আৰু ক্ৰিছ হৱাচৰ দৰে খ্যাত হলিউড অভিনেতাকো দেখিবলৈ পোৱা যাব। নেটফ্লিক্সত মুক্তি পাবলগা এই ছবিখন মাৰ্ক গ্ৰীণীৰ ২০০৯ত প্ৰকাশ পোৱা উপন্যাস “দ্য গ্ৰে মেন”ৰ আধাৰত নিৰ্মিত হ’ব।

media school
Leave A Reply

Your email address will not be published.