২৮বছৰীয়া এখন দীঘলীয়া ন্যায়িক যুদ্ধ,অৱশেষত ন্যায় পালে চিষ্টাৰ অভয়াই—

0 194

কেৰেলাৰ বিশেষ চিবিআই আদালতে ২৮ বছৰীয়া পুৰণি চিষ্টাৰ অভয়া মাৰ্ডাৰ গোচৰত দোষী সাৱস্ত্য হোৱা পাদানী আৰু নানক যাৱতজীৱন কাৰাদণ্ড দিছে। মঙলবাৰে আদালতে এই ঘটনাত ফাদাৰ থমাচ কোট্টুৰ আৰু নান চিষ্টাৰ চেফীক, চিষ্টাৰ অভয়াৰ হত্যাৰ গোচৰত দোষী সাৱস্ত্য কৰিছিল। উল্লেখ্য যে, কেৰেলাত ১৯৯২ ত সংঘটিত এই ঘটনাই চলিত বৰ্ষত ২৮ বছৰত ভৰি দিলে।চিবিআই কোৰ্টে কেথেলিক ফাদাৰ থমাচ কোট্টুৰ আৰু চিষ্টাৰ চেফীক ৩০২ ধাৰা অনুসৰি যাৱতজীৱন কাৰাদণ্ডৰ লগতে ৫ লাখ টকাৰ জৰিমনা বিহিছে।

media school
Leave A Reply

Your email address will not be published.