বি চি চি আইৰ নতুন অধ্যক্ষ “হেট্ৰিক মেন ” চেতন শৰ্মা

0 234

ক্ৰিকেটাৰ চেতন শৰ্মাক ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই) বাচনি সমিতিৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ।পূৰ্বৰ অধ্যক্ষ সুনীল জোশীৰ সলনি চেতন শৰ্মাই গ্ৰহণ কৰে নতুন দায়িত্বভাৰ ।

বিচিচিআইৰ পৰামৰ্শদাতা কমিটিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে ।
মদন লাল ,ৰুদ্ৰ প্ৰতাপ সিং আৰু সুলক্ষণা নায়েকৰ ক্ৰিকেট উপদেষ্টা সমিতিয়ে অল ইণ্ডিয়া ছিনিয়ৰ বাছনি সমিতি খন বাচনি কৰে ।
চেতন শৰ্মা ODI মেচত প্ৰথমবাৰ ভাৰতৰ বাবে হেট্ৰিক লোৱাৰ বাবে জনাযায় ।

অনলাইন সাক্ষাৎকাৰৰ জৰিয়তে নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হৈছিল ।

বি চি চি আইয়ে জনায় “সমিতিখনে জেষ্ঠ ভিত্তিত পুৰুষৰ জেষ্ঠ ক্ৰিকেট বাচনি সমিতিৰ সভাপতিৰ বাবে চেতন শৰ্মাৰ নাম পৰামৰ্শ দিছিল “,ক্ৰিকেট উপদেষ্টা সমিতিয়ে এক বছৰৰ পিছত প্ৰাৰ্থীজনৰ পুনৰীক্ষণ কৰিব বুলি বি চি চি আইক পৰামৰ্শ দিয়ে ।

media school
Leave A Reply

Your email address will not be published.