আজি খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ পৱিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন।

0 227

বৰদিন উপলক্ষে বিশ্বজুৰি দেখা হৈছে ব্যপক উছাহ উদ্দীপনা ।কিন্ত পূৰ্বৰ তুলনাত এইবাৰ অনুষ্টুপীয়াকৈ আয়োজন কৰা হ’ব বৰদিন। মহামাৰী কৰ’না প্ৰভাৱৰ ফলত পূৰ্বতকৈ কিছু ম্লান পৰিছে বৰদিনৰ উছাহ।

বিভিন্নৰঙী আলোকৰসজ্জাৰে সজাই তোলাৰ লগতে কেৰলৰ ধব্বনিৰে মুখৰিত হ’ব গীৰ্জাসমূহ।

আজি পুৱা ৯ বজাৰ পৰাই সকলোৱে গীৰ্জাত কৰিব পাৰিব প্ৰাৰ্থনা, কিন্তু কোভিড নিয়ম সকলোৱে মানি চলিব লাগিব।

media school
Leave A Reply

Your email address will not be published.