ভাতৃহত্যাৰ পোতক তুলিলে ভাৰতীয় সেনাই;সেনাৰ গুলীত প্ৰাণ গ’ল দুই সন্ত্ৰাসবাদীৰ…

0 323

বিগত কিছুদিনৰ পৰা জম্মু-কাশ্মীৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ। শনিবাৰে পুৱা সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত হোৱা সংঘৰ্ষত নিহত হৈছে এটা সন্ত্ৰাসবাদী।

বৰ্তমানলৈকে সন্ত্ৰাসবাদীজন চিনাক্ত হোৱা নাই যদিও এই সংঘৰ্ষত দুগৰাকী সেনা জোৱান নিহত হৈছে। ছৌপিয়াত সংঘটিত হোৱা এই ঘটনাটোৰ পাছতে উক্ত অঞ্চলত অধিক সেনা মোতায়েন কৰা হৈছে।

উল্লেখ্য যে, উক্ত অঞ্চলটোত সন্ত্ৰাসবাদীসকলে আত্মগোপন কৰি থকাৰ খবৰ পায়েই সেনাই চলাইছিল এই অভিযান।

media school
Leave A Reply

Your email address will not be published.