সুখবৰ, আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পুনৰ জিলিকিল অসমীয়া ছবি
অসমৰ চিনেমালৈ শ্ৰেষ্ঠ ছবিৰ সন্মান।
গোল্ডেন জুৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ ওপৰত শ্ৰেষ্ঠ চিনেমাৰ সন্মান লাভ কৰে।
কৃপাল কলিতা পৰিচালিত ‘ব্ৰীজ’ নামৰ ছবিখনে লাভ কৰিছে এই সন্মান ।
২০২০ বৰ্ষৰ ৫১তম ভাৰতীয় পেনোৰামাত একমাত্ৰ চিনেমা হিচাপে নিৰ্বাচিত হোৱা ‘ব্ৰীজ’ ছবিখনে বিশ্বৰ ১৬ খনকৈ অধিক চলচ্চিত্ৰ সমাৰোহলৈ আমন্ত্ৰিত হৈছে ।
অকলেণ্ড চলচিত্ৰ সমাৰোহত ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল ।