ৰাষ্ট্ৰীয় সংগীতক চূড়ান্ত অপমান বিজেপি নেতাৰ! উপলুঙা কৰি হাঁহি হাঁহি গালে ৰাষ্ট্ৰীয় সংগীত

0 1,678

ৰাষ্ট্ৰীয় সংগীতক চূড়ান্ত অপমান কৰিলে বিজেপি নেতাই।পশ্চিম কাৰ্বি আংলংৰ ডংকামোকাত সংঘটিত হৈছে এই কাণ্ড।বিজেপিৰ সাংসদ হৰেণ সিং বে,বিধায়ক মান সিং ৰংপি, মুখ্য কাৰ্য্যবাহী তুলিৰাম ৰংহামৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ।ৰাষ্ট্ৰীয় সংগীত গাই থকাৰ মাজত উপলুঙাসূচকভাৱে হহাঁৰ অভিযোগ তিনি বিজেপি নেতাৰ ওপৰত।

media school
Leave A Reply

Your email address will not be published.