হিন্দু জাগৰণ মঞ্চই তাজমহলত আঁৰিলে গেৰুৱা পতাকা! ধৰ্মৰ নামত বিভেদ সৃষ্টিৰ অভিযোগ

0 852

দেশত শান্তি বিঘ্নিত কৰাৰ অপচেষ্টা একাংশ লোকৰ।তাজমহলত গেৰুৱা পতাকা আঁৰি সৃষ্টি কৰিলে বিতৰ্কৰ।এই ঘটনাৰ পাছতেই আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় চাৰিজন লোকক।
তেওঁলোক ক্ৰমে গৌৰৱ ঠাকুৰ, চনু বাঘেল, বিশেষ কুমাৰ, ঋষি লভানিয়া। আটাইকেই গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে তাজগঞ্জ পুলিচ ষ্টেচনত গোচৰ ৰুজু কৰা হৈছে।ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি আটাইকেইজন ব্যক্তি হিন্দু জাগৰণ মঞ্চৰ।

media school
Leave A Reply

Your email address will not be published.