কাৰাগাৰমুখী হ’ব নেকি ট্ৰাম্পৰ পৰৱৰ্তী যাত্ৰা?কিয় ইৰানৰ ৰোষত পৰিল মাৰ্কিন ৰাষ্ট্ৰপ্ৰধানগৰাকী

0 198

গ্ৰেপ্তাৰ হ’ব নেকি আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প?কিয়নো ইৰানে প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা।

ইৰানৰ দাবী- ইছলামিক ৰাজ্যৰ শীৰ্ষ নেতা কাছেম ছোলেমাণি হত্যা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপ্ৰধান ডোনাল্ড ট্ৰাম্পে।

লাজম হাছনে ইছমিলে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি ট্ৰাম্পসহ ৪৮ জন মাৰ্কিন বিষয়াৰ বিৰুদ্ধে ইৰান চৰকাৰে গ্ৰেপ্তাৰী পৰোৱান জাৰি কৰিছে।দেশখনে ইণ্টাৰপোলক মাৰ্কিন ৰাষ্ট্ৰপতিক আটক কৰাত সহায় কৰিবলৈ অনুৰোধ কৰিছে।

ইৰাণৰ ৰাজ্য পৰিচালিত সংবাদ সংস্থা ইৰনাৰ মতে, ট্ৰাম্প আৰু অন্যান্য মাৰ্কিন বিষয়াসকলে বিগত বৰ্ষৰ ৩ জানুৱাৰীত আন্তৰ্জাতিক বিমানবন্দৰত ড্ৰোণ ষ্ট্ৰাইকত “কেডচ ফৰ্চ”ৰ কমাণ্ডাৰ জেনেৰেল কাছেম ছোলমানিৰ হত্যাত জড়িত ।

media school
Leave A Reply

Your email address will not be published.