কৰ’নাৰ সন্ত্ৰাস,ক’ৰনাৰ আশংকাত ক্ৰয় কৰিলে বিমানৰ সকলো টিকট—

0 433

বিশ্বজুৰি অব্যাহত কৰ’ণাৰ সংক্ৰমণ।কৰ’ণাৰ পৰা বাচি থাকিবলৈ বিমানৰ সকলো টিকট অকলেই ক্ৰয় কৰিলে এজন লোকে ইণ্ডোনেছিয়াৰ জাকাৰ্টা নিবাসী ৰিচাৰ্ড মুলজাদিয়ে পত্নীৰ সৈতে বালিলৈ যাবলৈ ক্ৰয় কৰিলে এখন বিমানৰ সকলো টিকট।কৰ’ণাৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এই পদক্ষেপ ৰিচাৰ্ড মুলজাদিৰ।

media school
Leave A Reply

Your email address will not be published.