ৰাজ্যত নিৰ্মাণ হ’ব ৰামমন্দিৰ,মন্দিৰৰ বাবদ দিব লাগিব ১০টকা—–

0 443

ৰাজ্যত অচিৰেই নিৰ্মাণ কৰা হ’ব ৰাম মন্দিৰ। মন্দিৰ নিৰ্মাণৰ নামত প্ৰতিজন হিন্দুয়ে দিব লাগিব ১০টকা।
অসমত শ্ৰীৰাম জনমভূমি মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ অভিযান আৰম্ভ হৈছে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে অসমতো আৰম্ভ হৈছে এই অভিযান।

হিন্দু প্ৰবাদ মতে, মাঘ মাহত হিন্দু ধৰ্মৰ লোকে মঠ, মন্দিৰত ত্যাগৰ ভাৱনাৰে দান দিলে মনোবাঞ্ছা পূৰ্ণ হয়। সেয়েহে সকলো হিন্দু ধর্মৰ লোকে আগবাঢ়ি আহি ১০ টকাকৈ দিবলৈ আহ্বান বিশ্ব হিন্দু পৰিষদৰ।লগতে শ্ৰীৰাম জনমভূমি মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান বিশ্ব হিন্দু পৰিষদৰ।

media school
Leave A Reply

Your email address will not be published.