ভাল খবৰ,বিৰুষ্কাই আদৰিলে কন্যা সন্তানক—

0 462

অৱশেষত আহিল বহু প্ৰত্যাক্ষিত খবৰটো। পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী।সোমবাৰৰ দিনটোত মুম্বাইৰ এখন ব্যক্তিগত হস্পিতালত অভিনেত্ৰী অনুষ্কা শৰ্মাই জন্ম দিয়ে এগৰাকী কন্যা সন্তান।ইতিমধ্যে এই ভাল খবৰটো টুইটাৰযোগে সদৰী কৰিছে পিতৃ বিৰাট কোহলীয়ে।সদ্য জাত কন্যা সন্তানটোক লৈ উৎফুল্লিত পিতৃ-মাতৃ বিৰুষ্কা।

media school
Leave A Reply

Your email address will not be published.