ভয়ংকৰ পথ দুৰ্ঘটনাত আহত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইক; পত্নী, ব্যক্তিগত সহায়কৰ মৃত্যু–

0 489

সোমবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰীপদ নাইক।

কৰ্ণাটকৰ আনকোলাৰ হিল্লুৰ-হোছাকাম্বি গাঁৱৰ সমীপত সংঘটিত এই দুৰ্ঘটনাটোত ‘আয়ুষ’মন্ত্ৰীৰ পত্নী বিজয়া নাইকৰ লগতে মন্ত্ৰীগৰাকীৰ ব্যক্তিগত সহায়কগৰাকীৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

আনহাতে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইক ।বৰ্তমান সংকটজনক অৱস্থাত তেওঁক গোৱা মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হৈছে।

media school
Leave A Reply

Your email address will not be published.