মিনি হাস্পতালত পৰিণত টীম ইণ্ডিয়াৰ শিবিৰ;বুমৰাহৰ আঘাত,ব্ৰীছবেনত অনিশ্চয়তা

0 438

অষ্ট্ৰেলিয়াত চলি থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট ছিৰিজত শাৰীৰিক আঘাতে জৰ্জৰিত কৰি তুলিছে ভাৰতীয় ক্ৰিকেট দলক। তাৰ মাজতে আহিছে এক দু:খবৰ।বিচিচিআই প্ৰকাশ কৰা এক তথ্য অনুসৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব্ৰীছবেনত খেলিবলগীয়া চতুৰ্থখন টেষ্টৰ পৰা বাহিৰ হৈছে যশপ্ৰীত বুমৰাহ।

বাতৰি অনুসৰি বুমৰাহৰ দেহত গুৰুতৰ আঘাত ধৰা পৰিছে।উল্লেখ্য যে,ইয়াৰ পূৰ্বে আঘাতৰ বাবে বাহিৰ হ’বলগীয়া হৈছে ৰবীন্দ্ৰ জাডেজা আৰু হনুমা বিহাৰী।

সেইদৰে আঘাতপ্ৰাপ্ত হৈ আছে ঋষভ পন্ট আৰু চেতেশ্বৰ পূজাৰাও। তাৰমাজতে বুমৰাহৰ আঘাতে স্বাভাৱিকতে ভাৰতীয় শিৱিৰত শংকাৰ সৃষ্টি কৰিছে।

media school
Leave A Reply

Your email address will not be published.