আশ্চৰ্য্যকৰ,শ্মশানৰ পৰিৱৰ্তে মৃতদেহ লৈ যোৱা হ’ল বেংকত,কিন্তু কিয়?

0 627

কেতিয়াবা শুনিছেনে,মৃত্যুৰ পিছত মৃতদেহ দাহ নকৰি বেংকলৈ নিয়াৰ কথা। কিন্তু এই ঘটনা কিছুদিন পূৰ্বে সংঘটিত হৈছে বিহাৰত।বিহাৰৰ শ্বাহজানপুৰৰ বাসিন্দা ৫৫বছৰীয়া মহেশ যাদৱৰ কিছুদিন পূৰ্বে হঠাৎ মৃত্যু হয়। কিন্তু তেওঁৰ কোনো পৰিয়াল তথা উত্তৰাধিকাৰী নাছিল।

যাৰ বাবে তেওঁৰ মৃত্যুৰ পিছত গাওঁবাসীয়েই শেষকৃত্য কৰা সিদ্ধান্ত লয়।কিন্তু তেওঁলোকৰ হাতত টকা নাছিল। টকাৰ অভাৱত উপায়ন্তৰ হৈ মহেশ যাদৱৰ মৃতদেহ লৈ স্থানীয় ৰাইজ বেংকত উপস্থিত হয় যাতে মৃতকৰ সাচঁতীয়া ধন বেংক কৰ্তৃপক্ষই উলিয়াই দিয়ে।
শ্বাহজানপুৰ গঞাৰ এই কাৰ্যত এতিয়া সকলোৰে চকু কপালত উঠিছে।

media school
Leave A Reply

Your email address will not be published.