৪ ফেব্ৰুৱাৰী আজি ‘বিশ্ব কেন্সাৰ দিৱস’।

0 229

আজি ‘বিশ্ব কেন্সাৰ দিৱস’। বিশ্বজুৰি পালন কৰা হয় এই কেন্সাৰ দিৱস।কেন্সাৰৰ ওপৰত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে পালন কৰা হয় এই দিৱস।


প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখে পালন কৰা এই দিৱসত কেন্সাৰৰ বিষয়ে মানুহৰ মনত থকা ভুল ধাৰণা আঁতৰোৱাৰ লগতে মানুহক শুদ্ধ তথ্য দিয়াৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়া হয়।আনকি এই দিৱসৰ যোগেদি কেন্সাৰ ৰোগীসকলক এটা সুস্থ জীৱন যাপন কৰিবৰ বাবে অনুপ্ৰেৰণা যোগোৱা হয়।

সমগ্ৰ বিশ্বতে কেন্সাৰৰ বাবে মৃত্যু হয় সহস্ৰাধিক লোকৰ।এই বিশ্ব কেন্সাৰ দিৱসৰ দিনটোত এখন সুন্দৰ কেন্সাৰ মুক্ত পৃথিৱীৰ কামনাৰে একগোট হয় সকলো।


২০২১ বৰ্ষৰ বিশ্ব কেন্সাৰ দিৱসৰ বিষয়বস্তু হৈছে ,”I Am and I Will.”২০১৯ চনতে আৰম্ভ হৈছিল এই কেন্সাৰ সজাগতামূলক অভিযান।

media school
Leave A Reply

Your email address will not be published.