কবৰৰ পৰা ওলাল সোণৰ জিভা থকা মামি !

0 699

আশ্চৰ্যকৰ এটা ঘটনা

মিছৰৰ বিখ্যাত তাইপোছাইৰিছ মেগনা মন্দিৰ অঞ্চলৰ আশে–পাশে প্ৰত্নতাত্বিকসকলে চলোৱা এক খননকাৰ্যত পোৱা গ’ল ২০০০ বছৰৰ পুৰণি

সোণৰ জিভা থকা মামি

ইউনিভাৰ্ছিটী অব সান্তো দমিনগো আৰু তাৰ ফালৰ পৰা অধ্যাপক মাৰ্টিনেজৰ তত্বাৱধানত এই খননকাৰ্যৰ জৰিয়তে ১৬টা কবৰ বিচাৰি পোৱা গৈছিল। আচৰিতভাৱে উদ্ধাৰ হোৱা সোণৰ জিভাখনক লৈ এতিয়া চলিছে জল্পনা কল্পনা
সোণৰ এই জিভাখনক লৈ চলিছে জল্পনা–কল্পনা।

সঠিক কাৰণ নিশ্চিতভাৱে কোৱাটো যদিও সম্ভৱ নহয়, লোকবিশ্বাস অনুসৰি মৃত লোকজন যাতে পাতাললৈ মৃত্যুলোকৰ দেৱতা আছিৰিছৰ সৈতে কথা পাতিব পাৰে তাৰ বাবেই দিয়া হৈছিল সোণৰ জিভা। মৃতদেহটো মমিফাইড কৰাৰ সময়ত এই জিভা বহুৱাই দিয়া হৈছিল।


এই সোণৰ জিভাৰ উপৰি এটা মামিৰ মৱৰত সাপ খোদিত সোণৰ মুকুট, সোণৰ হাৰো উদ্ধাৰ হৈছে ৷

media school
Leave A Reply

Your email address will not be published.