৫০ হাজাৰকৈ পাব ৰাজ্যৰ মহিলাই

0 195

আজি ৰাজ্যৰ মহিলাসকলে লাভ কৰিব ৫০ হাজাৰকৈ

কনকলতা মহিলা সৱলীকৰণ যোজনাৰ অধীনত লাভ কৰিব ধন

ৰাজ্যৰ ৮৮,২৪০ টা আত্মসহায়ক গোটলৈ ৫০ হাজাৰকৈ

৬৮ হাজাৰ আত্মসহায়ক গোটলৈ ২৫ হাজাৰকৈ

জীৱিকা সখী এক্সপ্ৰেছৰ জৰিয়তে ৪২৩৮ গৰাকী মহিলালৈ স্কুটী

দিব্যাংগজনলৈ উত্পাদনশীল আঁচনি ৰাজ্য চৰকাৰৰ

media school
Leave A Reply

Your email address will not be published.