সুৰাৰ ওপৰত ২৫শতাংশকৈ উপকৰ হ্ৰাস পাব ।
অসম বিধান সভাৰ ২০২১ বৰ্ষৰ বিত্তীয় বাজেটত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে ।
গুজৰাট হাৰিয়ানৰ পাছতে পেট্ৰল ডিজেল ৰ ওপৰত ৫ শতাংশ আৰু সুৰাৰ ওপৰত হ্ৰাস কৰিছে ২৫শতাংশকৈ উপকৰ ।
কভিডৰ সময়ত গড় ভিত্তিত ২৫শতাংশকৈ উপ কৰ লগোৱা হৈছিল সুৰাৰ ওপৰত ।
আজি মাজ নিশাৰ পৰা প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য 5 টকাকৈ হ্ৰাস পাব ।
সাধাৰণ মানুহৰ কষ্টৰ কথা বুজিব পাৰি এই কৰ হ্ৰাস কৰাৰ কথা সদৰি কৰে অসমৰ বিত্তীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।