চৌদি আৰৱৰ এক বিশেষ পদক্ষেপ

0 330

চৌদি আৰৱৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা দিয়া হৈছে এক বিশেষ জাননী ।এই বছৰ হজত উপস্থিত থাকিবলৈ অনুমতি সেইসকল লোকেহে লাভ কৰিব যিয়ে কোৰোনাভাইৰাছৰ প্ৰতিষেধক গ্ৰহণ কৰিছে।

ভাৰত চৰকাৰেও চৌদি আৰৱৰ চূড়ান্ত নিৰ্দেশনাৰ ওপৰত আধাৰিত কৰি হজ যাত্ৰাৰ বাবে এই বছৰ এক বিশেষ প্ৰটকলৰ তালিকা মুকলি কৰিছে ।
চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া বয়সৰ সীমা হৈছে ১৮-৬৫বছৰ।

চৌদি আৰৱৰ মক্কা আৰু মদিনালৈ যোৱা তীৰ্থযাত্ৰীসকলক সামাজিক দূৰত্বৰ নিয়ম অনুসৰণ কৰিবলৈ দিছে । যিকোনো ব্যক্তিয়ে ১০ডিচেম্বৰ,২০২০ তাৰিখৰ পৰা ১০জানুৱাৰী ২০২০ লৈকে বৈধ হৈ থকা পাছপোৰ্ট ব্যৱহাৰ কৰিব নোৱাৰিব বুলিও নিৰ্দেশ দিছে।

media school
Leave A Reply

Your email address will not be published.