মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰামায়ণৰ বিশ্বকোষৰ উদ্বোধন কৰে ।

0 495

মহাভাৰতে জীৱনৰ সৰ্বশ্ৰেষ্ঠ পাঠ প্ৰদান কৰেশনিবাৰে ৰামায়ণৰ বিশ্বকোষ কাম আৰম্ভ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে


হিন্দু মহাকাব্যৰ কাহিনীবোৰে আমাক এক উন্নত ভাৰতৰ কল্পনা কৰাত সহায় কৰিব ।অযোধ্যা গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰস্তুত কৰা ই-কিতাপখন মুকলি কৰাৰ আগমুহূৰ্তত জনায় যে অযোধ্যাত বিশাল ৰাম মন্দিৰ নিৰ্মাণে ৰামায়ণৰ এই কিতাপখনক অধিক বিশেষ কৰি তুলিছে ।

এই বিশ্বকোষখনে আমাক অযোধ্যা ভ্ৰমণ কৰিবলৈ অনুপ্ৰেৰিত কৰিব কিয়নো ই বিজ্ঞান আৰু অধ্যাত্মিকতাৰে পৰিপুষ্ট দিশবোৰৰ সৈতে পৰিচয় কৰাই দিব – “যোগী আদিত্যনাথ”

সপ্তপুৰী,সাতটা পবিত্ৰ চহৰ আছে ,যাক আটাইতকৈ পবিত্ৰ হিন্দু তীৰ্থস্থান হিচাপে গণ্য কৰা হয় ।ইয়াৰ ভিতৰত অযোধ্যা ,মথুৰা আৰু কাশী উত্তৰ প্ৰদেশত আছে ।আমাৰ বাবে গৌৰৱৰ বিষয় যে সংস্কৃতি বিভাগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত এখন কৰ্মশালাৰ আয়োজন কৰিছে বুলি জানিব দিয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ।

media school
Leave A Reply

Your email address will not be published.