দীৰ্ঘসময়ৰ পাছত বৃদ্ধি সোণৰ মূল্য

0 443

সোণৰ মূল্য হ্ৰাস হৈ থকাৰ পিছতে এইবাৰ আকৌ বৃদ্ধি পাইছে সোণৰ মূল্য ৷
দীৰ্ঘসময়ৰ পিছত সোণ আৰু ৰূপৰ মূল্য আকৌ এবাৰ বৃদ্ধি পাইছে।

১৮ মাৰ্চত ১২০ টকালৈ বৃদ্ধি পাইছিল ১০ গ্ৰাম সোণৰ মূল্য ৷বৃহস্পতিবাৰে পুৱা, এমাল্টি কম’ডিটি এক্সচেঞ”ত সোণৰ মূল্য ১২ টকা বৃদ্ধি কৰা হৈছিল।

আজি, ভাৰতত ২২ কেৰেট (১০ গ্ৰাম) সোণৰ মূল্য ৪৩,৯৬০ টকা আৰু ১০ গ্ৰাম (২২ কেৰেট) সোণৰ মূল্য ৪,৩৯,৬০০ টকা হৈছেগৈ।

আনফালে দেশৰ আন ঠাইসমূহত সোণৰ মূল্যবোৰ ক্ৰমে ,
মুম্বাইত ৪৩,৯৬০ টকা,

চেন্নাইত ১০ গ্ৰাম সোণৰ মূল্য ৪২,৩৭০ টকা,

দিল্লী আৰু চণ্ডীগড়ত ৪৪,১৫০ টকা,

বেংগালুৰু, হায়দৰাবাদ, বিজয়ৱাড়া, ভুবনেশ্বৰ, মেংগালোৰ, বিশাখাপত্তনম, মুচৌৰি আৰু কেৰালাত ৪২,০১০ টকা,

পুণে, নাগপুৰ, নাচিক আৰু পাটনাত ৪৩,৯৬০ টকা,

গুজৰাট, বৰোদা, আহমেদাবাদ আৰু চুৰাটত ৪৪,৫০০ টকা,

জয়পুৰ আৰু উত্তৰ প্ৰদেশত ৪৪,১৫০ টকা ৷ সোণৰ মূল্য বৃদ্ধিয়ে পুনৰ গ্ৰাহকসকলক এতিয়া চিন্তিত কৰি তুলিছে ৷

media school
Leave A Reply

Your email address will not be published.