লুঙিয়ে পিন্ধি আমেৰিকা পালে :ভাইৰেল হ’ল যুৱকৰ ফটো

0 1,450

লুঙি পিন্ধিয়েই বিদেশলৈ উৰা মাৰিলে এজন যুৱকে ।


আমেৰিকালৈ যোৱা এজন যুৱকৰ কাপোৰ পিন্ধাৰ শৈলীয়ে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যুৱকজন।

বিমানবন্দৰত ইমিগ্ৰেশ্যেনত লুঙি গেঞ্জী পিন্ধি উপস্থিত হৈ ফটো প’ষ্ট কৰিলে জুৱেল নামৰ এজন যুৱকে ।

বাংলাদেশ ফুৰিবলৈ আহি উভতি যোৱাৰ সময়ত বাংলাদেশীয় লুঙি গেঞ্জী পিন্ধি ডিঙিত বাংলা গামোচা লৈ উভতি যায় নিউয়ৰ্কলৈ।


ৰাষ্ট্ৰসংঘৰ ১৯৩ সদস্য দেশৰ পৰা প্ৰতিবছৰে হাজাৰ হাজাৰ যুৱ নেতাৰ মাজৰ পৰা ৩৩জনক য়ুথ চাব কমিটিৰ সদস্যৰূপে নিৰ্বাচিত হয় ।

২০১৮ চনত বাংলাদেশী আমেৰিকান জুয়েল মিঞা তাৰে মাজৰে এজন নিৰ্বাচিত যুৱক ।

media school
Leave A Reply

Your email address will not be published.