পুনৰ হ্ৰাস পালে সোণৰ মূল্য !

0 23,834

যোৱা সপ্তাহত সোণৰ মূল্য বৃদ্ধিয়ে ক্ৰেতাসকলক চিন্তিত কৰি তুলিছিল ৷

বৰ্তমান পুনৰ সোণৰ মূল্যহ্ৰাসে ক্ৰয়ৰ আশা কঢ়িয়াই আনিছে ক্ৰেতাসকললৈ ৷

১৮ মাৰ্চত ১২০ টকালৈ বৃদ্ধি পাইছিল ১০ গ্ৰাম সোণৰ মূল্য ৷

বিগত সপ্তাহৰ বৃহস্পতিবাৰে পুৱা মাল্টি কম’ডিটি এক্সচেঞ্জত সোণৰ মূল্য ১২ টকালৈ বৃদ্ধি কৰা হৈছিল।

ভাৰতত ২২ কেৰেট সোণৰ মূল্য ৪,৩৯,৬০০ টকা হৈছিল ৷

সাম্প্ৰতিক ৰেকৰ্ডৰ উচ্চতাত সোণৰ মূল্য ১১,৩০০ টকা হ্ৰাস পাইছে ৷

মাল্টি কম’ডিটি এক্সচেঞ্জত সোণৰ এপ্ৰিলৰ ভৱিষ্যত মূল্য ১০৭ টকা বা ০.২৪ শতাংশ হ্ৰাস হৈ প্ৰতি দহ গ্ৰামত ৪৪,৯০৫ টকাৰ পৰিৱৰ্তে ৪৪,৭৯৭ টকা আছিল ৷

২০২০ চনৰ আগষ্টত মাল্টি কমোডিটি এক্সচেঞ্জত ৫৬ ,১৯১ টকাৰ উচ্চৰ পৰা প্ৰতি দহ ১০ গ্ৰাম বা ২০.২৭ শতাংশত ১১,৩৯৩ টকালৈ হ্ৰাস পাইছে

ইয়াৰ বিপৰীতে ৰূপৰ প্ৰতি কেজি ভৱিষ্যত মূল্য ৬৬, ০২৫ টকা , হ্ৰাস কৰা হৈছিল ৩০৬ টকা বা ০.৪৬ শতাংশ হ্ৰাস কৰা হৈছিল।

যি মাল্টি কম’ডিটি এক্সচেঞ্জত আগৰ ৬৬ , ৩৩১ টকাৰ ওচৰত আছিল ৷

সোণৰ মূল্যহ্ৰাসে সোণ ক্ৰয় কৰিব বিচৰা গ্ৰাহকসকলৰ মুখত এতিয়া হাঁহি বিৰিঙাইছে

media school
Leave A Reply

Your email address will not be published.