ভেকচিন লৈ পুনৰ কভিড পজিটিভ অভিনেতা পৰেশ ৰাৱাল

0 543

৯মাৰ্চ তাৰিখে ক’ৰোনা ভেকচিন লোৱাৰ পাছত পুনৰ ক’ৰোনাত আক্ৰান্ত হ’ল Bollywood চিনেমাত নিজৰ অভিনয়ৰে ৰাইজৰ মন জয় কৰা অভিনেতা পৰেশ ৰাৱাল ।টুইটাৰ যুগে এই কথা সদৰি কৰে অভিনেতা পৰেশ ৰাৱালে ।

শুক্রবাৰে নিশা তেওঁৰ চছিয়েল মেডিয়াৰ প্ৰফাইলত লিখিছে যে যোৱা ১০ দিনে মোৰ সৈতে সংস্পৰ্শলৈ অহা লোক সকলে অতি শীঘ্ৰে Covid টেষ্ট কৰক ।

৯ মাৰ্চত ক’ৰোনাৰ ভেকচিন লৈ উঠাৰ পাছত ৬৫বছৰীয়া
স্বাস্থ্য কৰ্মীৰ লগতে বিজ্ঞানী সকলোকে ধন্যবাদ জ্ঞাপন কৰিছিল ।

media school
Leave A Reply

Your email address will not be published.