পান কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে সংযোগৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি

0 1,159

কেন্দ্ৰই পুনৰ আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডৰ সংযোগ কৰাৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰিছে। আগৰ সময়সীমা ৩১ মাৰ্চ বুধবাৰে সমাপ্ত হৈছিল।

আয়কৰ বিভাগে টুইট যোগে জনায় যে মহামাৰীৰ ফলত উদ্ভৱ হোৱা অসুবিধাৰ কথা চিন্তা কৰি সিদ্ধান্ত লৈছে।

“কেন্দ্ৰীয় চৰকাৰে COVID-19 মহামাৰীৰ ফলত উদ্ভৱ হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আধাৰ নম্বৰ পানৰ সৈতে সংযোগ কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ, ২০২১ ৰ ৩০জুন, ২০২১ লৈ বৃদ্ধি কৰে ।

media school
Leave A Reply

Your email address will not be published.