লুৰিণজ্যোতি গগৈ মাতৃ দুলু গগৈৰ দেহাৱসান

0 314

অজাপৰ সভাপতি লুৰিন জ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ দেহাৱসান

বুধবাৰে নিশা ১০:৪৫ বজাত ডিব্ৰুগড় সঞ্জীৱনী হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে দুলু গগৈয়ে

কিছুদিন পূৰ্বে উচ্চ ৰক্তচাপ জনিত কাৰনত অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল দুলু গগৈ

অৱশেষত মৃত্যুক হাৰ মানি ইহসংসাৰৰ পৰা বিদায় ললে দুলু গগৈয়ে

স্বগৃহলৈ উভটিল লুৰিনজ্যোতি

সামাজিক মাধ্যমত শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ

সমুজ্জ্বল ভট্টাচাৰ্যইও জনালে সমবেদনা

media school
Leave A Reply

Your email address will not be published.