অসুস্থ BJP কৰ্মীক প্ৰধানমন্ত্ৰীৰ চিকিৎসক দলে প্ৰদান কৰিলে চিকিৎসা

0 343

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাক্সা জিলাৰ তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে ভাষণ বন্ধ কৰি দিয়ে ।কিয়নো ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী এজন প্ৰখৰ ৰ’দৰ বাবে থিতাতে অজ্ঞান হৈ পৰে তৎক্ষণাৎ প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ ৰখাই প্ৰধানমন্ত্ৰীৰ সৈতে অহা চিকিৎসকৰ দলটোক ব্যক্তিগৰাকীৰ শুশ্ৰূষাৰ বাবে নিৰ্দেশ দিয়ে ।

বিজেপি কৰ্মী হৰিচৰণ দাস নামৰ ব্যক্তিজন ডিহাইড্ৰেচনৰ বাবে অজ্ঞান হৈ পৰিছিল ।প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে –
“পি এম অ চিকিৎসা দল,অনুগ্ৰহ কৰি ডিহাইড্ৰেচনৰ বাবে সমস্যাৰ সন্মুখীন হোৱা কৰ্মীজনৰ কাষলৈ যাওঁক আৰু চাওঁক ।”

media school
Leave A Reply

Your email address will not be published.