“বিমান বীজাণুমুক্ত কৰিবএইবাৰ ৰবটে”

0 337

“চুইচ ষ্টাৰ্টআপ উভেয়া”ই অতিবেগুনী পোহৰেৰে সজ্জিত ৰবটৰ পৰীক্ষণ চলাই আছে যিয়ে কৰোনাভাইৰাছকে ধৰি 99% বেক্টেৰিয়া আৰু বীজাণুহত্যা কৰিব পাৰে।

যাত্ৰীসকলৰ আত্মবিশ্বাস পুনৰুদ্ধাৰ কৰাৰ বাবে ৰবটটো এটা সম্ভাৱ্য সঁজুলি হিচাপে বিমানত পৰীক্ষা কৰা হৈছে।

এটা ৰবটে 13 মিনিটৰ ভিতৰত এটা এচিলেড বিমান বীজাণুমুক্ত কৰিব পাৰে।

ইউভেয়াৰ সহ-প্ৰতিষ্ঠাপক জোডক এলমিগাৰে কয় যে
“বিমান নিৰ্মাতাসকলে এতিয়াও ডিভাইচবোৰ প্ৰমাণিত কৰিব লাগিব আৰু তেওঁলোকৰ ইউভি পোহৰৰ আভ্যন্তৰীণ আপহোলষ্টাৰীৰ ওপৰত যি প্ৰভাৱ থাকিব পাৰে সেইটো অধ্যয়ন কৰি আছে।”

media school
Leave A Reply

Your email address will not be published.