অট’কাৰ প্ৰতিবেদন বহনক্ষম বাহনৰ ভিতৰত ফৰ্ডৰ বাহন

0 405

অট’কাৰ ইণ্ডিয়াৰ ২০২০ সংস্কৰণৰ ভেহিকল মেইণ্টেনেন্স প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি গাড়ীসমূহৰ শাখাসাপেক্ষে ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বহনক্ষম গাড়ীসমূহৰ ভিতৰত অন্যতম হৈছে ফৰ্ডৰ বাহন।

সকলো শাখাৰ বাহন আৰু নিৰ্মাতা প্ৰতিষ্ঠানক সামৰি প্ৰস্তত কৰা অট’কাৰ এক সমীক্ষাৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

আন প্ৰতিষ্ঠানৰ বিপৰীতে ফৰ্ড ফিগোৰ বাহনৰ ৰক্ষণা বেক্ষণৰ ক্ষেত্ৰত ২০,৬৮২ টকা প্ৰতি কিলোমিটাৰ গতিবেগত ৩৪পইচা ব্যয় হোৱাৰ লগতে ফৰ্ড এণ্ডিয়েৰৰ ক্ষেত্ৰত ৪২,৫৮৪ টকা অৰ্থাৎ প্ৰতি কিলোমিটাৰ গতিবেগত ৭১ পইচা ব্যয় হয়।

media school
Leave A Reply

Your email address will not be published.