পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ কৰ্মত আৱেগিক হৈ পৰিল পিতৃ হিমন্ত বিশ্ব শৰ্মাক ।

2 89,657

পুত্ৰ নন্দিল বিশ্ব শৰ্মাই কৰা এক কামক লৈ আৱেগিক হৈ পৰিছে পিতৃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নন্দিলে কৰা এক কামক প্ৰশংসা কৰি নিজকে গৌৰাৱান্বিত অনুভৱ কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই।

ছ’চিয়েল মিডিয়াত নন্দিলৰ বিষয়ে এক পোষ্ট লিখে মুখ্যমন্ত্ৰী শৰ্মাই এনেদৰে- “মোৰ অন্তৰ চুই গৈছে, পুত্ৰ নন্দিলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নিজৰ সাঁচতীয়া ২০০০ টকাৰ বৰঙণি আগবঢ়াইছে। পিতৃ হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ.. ধন্যবাদ নন্দিল।
ৰাজ্যত ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা বিপদৰ কালত মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ নন্দিল বিশ্ব শৰ্মাই ২০০০ টকা নিজৰ জমা পুঁজিৰ পৰা মানৱ সেৱাৰ বাবে আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিলে বুলি মন্তব্য কৰিছে বহু লোকেই।

media school
2 Comments
  1. Trajan Gogoi says

    সুন্দৰ পদক্ষেপ
    অভিনন্দন

    1. JUPAWALI says

      THANK YOU

Leave A Reply

Your email address will not be published.